অভিহিত কৰ্‌ (Assamese) [ Roman: o`.bhi.hit kor]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2022-01-24
    1. (Verb-Trans.) Give reference to something already existing means. পূৰ্বতে থকা বস্তু বা ঘটি যোৱা ঘটনা আদিক সংক্ষিপ্ত ৰূপত উদ্ধৃতি দিয়া ৷